[Assam] মৌচাক. ‘Mouchaq’ ( Assamese Children’s Magazine).

SURAJIT BARUAH surajitmt at gmail.com
Tue Jun 29 05:23:44 PDT 2010


2010/6/29 Buljit Buragohain <buluassam at yahoo.co.in>

> মৌচাক
>  ‘Mouchaq’ ( Assamese
>  Children’s Magazine) :
>
> http://www.mouchaq.com/
> যিদৰে মৌমাখিয়ে বিভিন্ন ঠাইৰ পৰা,
> বিভিন্ন ৰঙৰ, বিভিন্ন সুগন্ধৰ, বিভিন্ন
> আকাৰৰ ফুলৰ পৰা মৌ সংগ্ৰহ কৰি মৌচাক সাজে, ঠিক সেইদৰে এই আলোচনী খনতো
> সাহিত্যৰ বা জানিব লগা আন বিভিন্ন কথাৰ ৰস থুপ খাই থাকে আৰু শিশু সকলে তাৰ
> পৰা সেইয়া আহৰণ কৰিব পাৰে| মৌচাক শিশুসকলক সমসাময়িক ঘ্টনাৰাজিৰ সৈতে পৰিচয়
> কৰি দিব পৰাকৈ, তেওঁলোকৰ বাবে, তেওঁলোকৰ মানসিক উত্তৰণ ঘটাব পৰাকৈ,
> জ্যেষ্ঠসকলৰ সৈতে থকা জেনেৰেচন গেপ কমাব পৰাকৈ, ল’ৰা-ছোৱালিৰ কামত অহাকৈ,
> তেওঁলোকক বুজাব পৰাকৈ, তেওঁলোকৰ বাবে, তেওঁলোকৰ ভাষাতে লিখা এখন আলোচনী|
> মৌচাকৰ বৈশিষ্ট এই কথাত যে যদিও ই এক শিশু আলোচনী, ইয়াক বয়ষ্ক মানুহেও একেই
>  উত্সাহেৰে পঢ়ে| ইয়াৰ এক অন্যতম কাৰণ হ’ল ইয়াত প্ৰয়োগ কৰা সংবাদ-সাহিত্য|
> যোৱা ২৭ বছৰে, অসম আৰু চুবুৰিয়া ঠাইত মৌচাকে মৌ বিলাই আহি আজি এই ৱেবচাইটৰ
> যোগেদি বিশ্ব দৰবাৰত মৌ বিলোৱাৰ প্ৰচেষ্টা চলাইছে|
>
>
> ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু
> শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে
> শুভ-সংবাদ!
>     মৌচাক বৃত্তি
>
> ২৭ বৰ্ষত ভৰি দিয়া অকণিহঁতৰ আলোচনী ‘মৌচাক’-এ অসমৰ ছাত্ৰ-ছাত্ৰিসকলৰ
> প্ৰতিভা বিকাশৰ অৰ্থে এলানি কাৰ্য্সূচী গ্ৰহণ কৰিচে| এই কাৰ্য্সূচীৰ ভিতৰত
> আছে চতুৰ্থ শ্ৰেণীৰপৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৃত্তি পৰীক্ষা
>  আয়োজন কৰা| অহা ছেপ্টেম্বৰ মাহত প্ৰথম ‘মৌচাক বৃত্তি পৰীক্ষা’ অনুষ্ঠিত
> হ’ব|
>
>      যোগাযোগৰ ঠিকনা
>
>        মৌচাক বৃত্তি,
>  মৌচাক, ডেকাগাঁও, যোৰহাট -৭৮৫ ০০৬
>
> ফোন : (০৩৭৬) ২৩৭১৮৫১
>
>
>
> Good News for Students, Parents and Teachers!
>     Mouchaq Scholarship
>         On its 27th year,
> Children's Magazine ‘Mouchaq’ has taken up a programme for the
> development of Students' talents. Under this programme, a scholarship
> test among the students from Class IV-VII will be held. This test will
> be help on coming September.
>
>      For Details Contact
>
>        Mouchaq Britti,
> Mouchaq, Dekagaon, Jorhat - 785006
>
> Ph: (0376) 2371851
>
>
>
>
>
>
>
>
>
>
>
>
>
> এদিনৰ দেওবাৰ - ২০ এপ্ৰিল ২০০৮
>
> http://www.mouchaq.com/media/mouchaq.pdf
>
> মৌচাক
>
>
>
>
> http://www.mouchaq.com/
>
> THANX FOR THE SITE
>
>
> _______________________________________________
> assam mailing list
> assam at assamnet.org
> http://assamnet.org/mailman/listinfo/assam_assamnet.org
>


More information about the Assam mailing list